State Veterinary Dispensary, Kotiori

State Veterinary Dispensary, Kotiori Animal Husbandry and Veterinary health Services.

Happy Republic DayJai Hind 🫡 🇮🇳Republic Day Celebration at SVD, Kotiori
26/01/2024

Happy Republic Day
Jai Hind 🫡 🇮🇳
Republic Day Celebration at SVD, Kotiori

23/09/2023
অসম চৰকাৰে আগবঢ়োৱা এই সুবিধাৰ বিষয়ে অধিক জানিবলৈ নিকটৱৰ্তী পশু চিকিৎসালয় যাওক আৰু সুবিধা সমূহ গ্ৰহণৰ বাবে পৰামর্শ লওক...
23/09/2023

অসম চৰকাৰে আগবঢ়োৱা এই সুবিধাৰ বিষয়ে অধিক জানিবলৈ নিকটৱৰ্তী পশু চিকিৎসালয় যাওক আৰু সুবিধা সমূহ গ্ৰহণৰ বাবে পৰামর্শ লওক।

23/09/2023

“ব্ৰুছেলোছিছ“ সম্পর্কে জানো আহক-

ৰাজ্যিক পশু- চিকিৎসালয়, কটিয়ৰী ত "অমৃত বৃক্ষ আন্দোলন" উদযাপন। এই আন্দোলনৰ সমভাগী হবলৈ পাই পশু চিকিৎসক বিষয়া গৰাকীকে আ...
17/09/2023

ৰাজ্যিক পশু- চিকিৎসালয়, কটিয়ৰী ত "অমৃত বৃক্ষ আন্দোলন" উদযাপন।
এই আন্দোলনৰ সমভাগী হবলৈ পাই পশু চিকিৎসক বিষয়া গৰাকীকে আদি কৰি সমূহ কৰ্মচাৰী বৃন্দ অত্যন্ত গৌৰৱান্বিত। এক বিশাল অভিলেষ সৃষ্টিকামীৰ দিশে আমাৰ অসম আগবাঢ়িছে। এই মহৎ কাৰ্য ফলপ্রসূ হওঁক।
জয় আই অসম।।

Participated and delivered lecture on "𝙏𝙧𝙖𝙞𝙣𝙞𝙣𝙜 𝙋𝙧𝙤𝙜𝙧𝙖𝙢𝙢𝙚 𝙤𝙣 𝙁𝙖𝙧𝙢 𝙈𝙖𝙣𝙖𝙜𝙚𝙢𝙚𝙣𝙩 𝙤𝙛 𝙋𝙤𝙪𝙡𝙩𝙧𝙮 𝙖𝙣𝙙 𝙁𝙖𝙧𝙢 𝘼𝙣𝙞𝙢𝙖𝙡𝙨" Organized by C...
15/09/2023

Participated and delivered lecture on "𝙏𝙧𝙖𝙞𝙣𝙞𝙣𝙜 𝙋𝙧𝙤𝙜𝙧𝙖𝙢𝙢𝙚 𝙤𝙣 𝙁𝙖𝙧𝙢 𝙈𝙖𝙣𝙖𝙜𝙚𝙢𝙚𝙣𝙩 𝙤𝙛 𝙋𝙤𝙪𝙡𝙩𝙧𝙮 𝙖𝙣𝙙 𝙁𝙖𝙧𝙢 𝘼𝙣𝙞𝙢𝙖𝙡𝙨" Organized by CSS-ATMA, Department of Agriculture, Sivasagar, in presence of Mrs. Priyanka Saikia, Block Technology Manager, Demow Development Block at Hatikhuti on 15/09/2023. Almost 30 livestock rearer got benefitted from this training cm awareness program.
✍️ Dr. S. Kalita
V.O., SVD, Kotiori

যোৱাকালি ইং ১২/০৯/২০২৩ তাৰিখে পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুমলীয়া চাপৰিৰ পশু-পালকসকলৰ অৱস্থাৰ বুজ লোৱা হয়...
13/09/2023

যোৱাকালি ইং ১২/০৯/২০২৩ তাৰিখে পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুমলীয়া চাপৰিৰ পশু-পালকসকলৰ অৱস্থাৰ বুজ লোৱা হয়।
👉 বানপানীৰ পিছত পশুধনৰ গাত দেখা দিয়া বিভিন্ন ধৰণৰ বেমাৰৰ লক্ষণ সমূহৰ বিষয়ে অৱগত কৰোৱা হয়। বৰ্তমান সেইটো অঞ্চলত দেখা দিয়া 𝙇𝙖𝙣𝙩𝙖𝙣𝙖 𝙘𝙖𝙢𝙚𝙧𝙖 (গু-ফুল) 𝙥𝙤𝙞𝙨𝙤𝙣𝙞𝙣𝙜 ৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ লগতে চিকিৎসা প্ৰদান কৰা হয়।
👉পশুধনৰ স্বাস্থ্য চিকিৎসা শিবিৰ পাতি বিনামূল্যে দৰৱ বিতৰণ কৰা ও চিকিৎসা প্ৰদান কৰা হয়।

𝓘𝓷𝓭𝓮𝓹𝓮𝓷𝓭𝓪𝓷𝓬𝓮 𝓓𝓪𝔂 𝓒𝓮𝓵𝓮𝓫𝓻𝓪𝓽𝓲𝓸𝓷 𝓪𝓽 𝓢𝓥𝓓, 𝓚𝓸𝓽𝓲𝓸𝓻𝓲𝓗𝓪𝓹𝓹𝔂 𝓘𝓷𝓭𝓮𝓹𝓮𝓷𝓭𝓮𝓷𝓬𝓮 𝓓𝓪𝔂 2023𝓙𝓪𝓲 𝓗𝓲𝓷𝓭 🇮🇳
15/08/2023

𝓘𝓷𝓭𝓮𝓹𝓮𝓷𝓭𝓪𝓷𝓬𝓮 𝓓𝓪𝔂 𝓒𝓮𝓵𝓮𝓫𝓻𝓪𝓽𝓲𝓸𝓷 𝓪𝓽 𝓢𝓥𝓓, 𝓚𝓸𝓽𝓲𝓸𝓻𝓲
𝓗𝓪𝓹𝓹𝔂 𝓘𝓷𝓭𝓮𝓹𝓮𝓷𝓭𝓮𝓷𝓬𝓮 𝓓𝓪𝔂 2023
𝓙𝓪𝓲 𝓗𝓲𝓷𝓭 🇮🇳

We are very much delighted to announce the result of 𝙤𝙣𝙡𝙞𝙣𝙚 𝙖𝙣𝙞𝙢𝙖𝙡/𝙥𝙚𝙩/𝙡𝙞𝙫𝙚𝙨𝙩𝙤𝙘𝙠 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙘𝙤𝙣𝙩𝙚𝙨𝙩. 🏅The winner is our...
14/08/2023

We are very much delighted to announce the result of 𝙤𝙣𝙡𝙞𝙣𝙚 𝙖𝙣𝙞𝙢𝙖𝙡/𝙥𝙚𝙩/𝙡𝙞𝙫𝙚𝙨𝙩𝙤𝙘𝙠 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙘𝙤𝙣𝙩𝙚𝙨𝙩.
🏅The winner is our 1st contestant 𝙈𝙞𝙘𝙠𝙚𝙮 👑So, we hereby invite 𝙈𝙞𝙨𝙨 𝙎𝙝𝙧𝙖𝙙𝙝𝙖 𝘿𝙝𝙪𝙣𝙜𝙚𝙡, 𝙎𝙞𝙡𝙖𝙥𝙖𝙩𝙝𝙖𝙧 the proud owner of 𝙈𝙞𝙘𝙠𝙚𝙮 to receive the gift hamper on the celebration ceremony of 15𝙩𝙝 𝘼𝙪𝙜𝙪𝙨𝙩.
Venue- State Veterinary Dispensary, Kotiori.
Time- From 9:00 AM onwards.
🎀 𝙎𝙥𝙚𝙘𝙞𝙖𝙡 𝙩𝙝𝙖𝙣𝙠𝙨 𝙩𝙤 𝙖𝙡𝙡 𝙤𝙪𝙧 𝙘𝙤𝙣𝙩𝙚𝙨𝙩𝙖𝙣𝙩𝙨. 𝙔𝙤𝙪 𝙖𝙡𝙡 𝙖𝙧𝙚 𝙙𝙚𝙨𝙚𝙧𝙫𝙞𝙣𝙜 𝙤𝙣𝙚𝙨 🎉. 𝙃𝙤𝙬𝙚𝙫𝙚𝙧, 𝙖𝙨 𝙥𝙚𝙧 𝙧𝙪𝙡𝙚 𝙨𝙪𝙜𝙜𝙚𝙨𝙩𝙨, 𝙈𝙞𝙘𝙠𝙚𝙮 𝙬𝙞𝙣𝙨 𝙩𝙝𝙞𝙨 𝙘𝙤𝙣𝙩𝙚𝙨𝙩 🏆
🎀 𝙈𝙖𝙣𝙮 𝙘𝙤𝙣𝙜𝙧𝙖𝙩𝙪𝙡𝙖𝙩𝙞𝙤𝙣𝙨 𝙩𝙤 𝙩𝙝𝙚 𝙬𝙞𝙣𝙣𝙚𝙧 & 𝙖𝙡𝙡 𝙩𝙝𝙚 𝙘𝙤𝙣𝙩𝙚𝙨𝙩𝙖𝙣𝙩𝙨 𝙛𝙤𝙧 𝙩𝙝𝙚 𝙨𝙥𝙞𝙧𝙞𝙩 💐

Contestant No. 16Pet's name- Neena RaniOwner's name- Niki PhukanAddress- Guwahati   𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩...
13/08/2023

Contestant No. 16
Pet's name- Neena Rani
Owner's name- Niki Phukan
Address- Guwahati
𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙤𝙛 𝙩𝙝𝙚𝙨𝙚 𝙞𝙣𝙣𝙤𝙘𝙚𝙣𝙩 𝙡𝙞𝙫𝙚𝙨 💝

13/08/2023

As we have got request from more contestants, hence it's hereby decided to extend the photography sending time till tonight 12:00 AM.
𝙔𝙤𝙪 𝙘𝙖𝙣 𝙨𝙝𝙖𝙧𝙚 𝙮𝙤𝙪𝙧 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙨 𝙩𝙞𝙡𝙡 𝙩𝙤𝙣𝙞𝙜𝙝𝙩.
𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙤𝙛 𝙩𝙝𝙚𝙨𝙚 𝙞𝙣𝙣𝙤𝙘𝙚𝙣𝙩 𝙡𝙞𝙫𝙚𝙨 💝

13/08/2023

Each photography sent to us for the contest is special to us. A huge round of applause to all the participants. May your furry friends live a healthy life🥰🧿
✍️ 𝙒𝙚 𝙘𝙤𝙣𝙘𝙡𝙪𝙙𝙚 𝙤𝙪𝙧 𝙤𝙣𝙡𝙞𝙣𝙚 𝙖𝙣𝙞𝙢𝙖𝙡/𝙥𝙚𝙩/𝙡𝙞𝙫𝙚𝙨𝙩𝙤𝙘𝙠 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙘𝙤𝙣𝙩𝙚𝙨𝙩 𝙩𝙤𝙙𝙖𝙮. 𝙃𝙤𝙬𝙚𝙫𝙚𝙧 𝙮𝙤𝙪 𝙘𝙖𝙣 𝙡𝙞𝙠𝙚 𝙖𝙣𝙙 𝙨𝙝𝙖𝙧𝙚 𝙩𝙝𝙚 𝙥𝙝𝙤𝙩𝙤𝙨. 𝘽𝙪𝙩 𝙣𝙤 𝙢𝙤𝙧𝙚 𝙥𝙝𝙤𝙩𝙤𝙨 𝙬𝙞𝙡𝙡 𝙗𝙚 𝙚𝙣𝙩𝙚𝙧𝙩𝙖𝙞𝙣𝙚𝙙. 𝙏𝙝𝙚 𝙧𝙚𝙨𝙪𝙡𝙩 𝙬𝙞𝙡𝙡 𝙗𝙚 𝙙𝙚𝙘𝙡𝙖𝙧𝙚𝙙 𝙩𝙤𝙢𝙤𝙧𝙧𝙤𝙬💐

Contestant No. 15Pet's name- SonuOwner's name- Hemanta Kumar ChetiyaAddress- Demow  𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩...
12/08/2023

Contestant No. 15
Pet's name- Sonu
Owner's name- Hemanta Kumar Chetiya
Address- Demow
𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙤𝙛 𝙩𝙝𝙚𝙨𝙚 𝙞𝙣𝙣𝙤𝙘𝙚𝙣𝙩 𝙡𝙞𝙫𝙚𝙨 💝

Contestant No. 14Pet's name- Tweety & MicheleOwner's name- Triveni DuttaAddress- Guwahati  𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪...
12/08/2023

Contestant No. 14
Pet's name- Tweety & Michele
Owner's name- Triveni Dutta
Address- Guwahati
𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙤𝙛 𝙩𝙝𝙚𝙨𝙚 𝙞𝙣𝙣𝙤𝙘𝙚𝙣𝙩 𝙡𝙞𝙫𝙚𝙨 💝

এজ'লা ডেমনস্ত্ৰেছন উনিট --------------------------------------         এজ'লা হ'ল অতি কম খৰচত বেছিকৈ উৎপাদন কৰিব পৰা এবিধ...
12/08/2023

এজ'লা ডেমনস্ত্ৰেছন উনিট
--------------------------------------
এজ'লা হ'ল অতি কম খৰচত বেছিকৈ উৎপাদন কৰিব পৰা এবিধ হাই প্ৰটিনযুক্ত পশু আহাৰ। পশুধনৰ খাদ্য হিচাপে এজ'লাৰ উপকাৰিতাৰ বিষয়ে ইতিমধ্যেই বিভিন্ন গৱেষণাৰ জৰিয়তে ৰিজাল্ট সমূহ প্ৰকাশিত হৈছে আৰু বিতংভাৱে গৱেষণা অব্যাহত হৈ আছে।
মূল উদ্দেশ্য-
-----------------
🎯 দানাৰ লগত এজ'লা সংমিশ্রণ কৰি দানাৰ খৰচটো কমোৱা।
🎯 পোৱালী অৱস্থাৰ পশুধনৰ শীঘ্রে ওজন বঢ়োৱা।পশুধনৰ ওজন বঢ়াবলৈ দানাৰ লগত এজ'লা সংকলন কৰি খুৱাব পাৰে।
🎯 খীৰতী গাইৰ গাখীৰৰ ফেট পাৰ্চেন্টেজ বঢ়াবলৈ দানাৰ লগত এজ'লা সংমিহলি কৰি খুৱাব পাৰে।
🎯 ঘাঁহৰ অভাব ঘটিলে এজ'লা দানাৰ লগত সংমিহলি কৰি খুৱাব পাৰে।
ওপৰোক্ত কথাখিনিৰ লগত সংগতি ৰাখি আজি ৰাজ্যিক পশু চিকিৎসালয় খনত এটি "এজ'লা ডেমনস্ত্ৰেছন উনিট" ৰ শুভাৰম্ভ কৰা হয়। পৰ্যায়ক্ৰমে প্ৰয়োজন সাপেক্ষে এজ'লা পিট (গাঁত খান্দি) বনাইও পশু পালকসকলক ডেমনস্ত্ৰেছন দিয়া হব।
বিতংভাৱে জানিবলৈ ৰাজ্যিক পশু চিকিৎসালয়, কটিয়ৰী ৰ লগত যোগাযোগ কৰক।

ধন্যবাদ
✍️ ডাঃ সুনীতা কলিতা
পশু চিকিৎসক বিষয়া

Contestant No. 13Pet's name- TikliOwner's name- Kiran DuttaAddress- Ushapur  𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮...
11/08/2023

Contestant No. 13
Pet's name- Tikli
Owner's name- Kiran Dutta
Address- Ushapur
𝙇𝙚𝙩'𝙨 𝙨𝙥𝙧𝙚𝙖𝙙 𝙩𝙝𝙚 𝙡𝙤𝙫𝙚 𝙬𝙞𝙩𝙝 𝙘𝙪𝙩𝙚 𝙥𝙝𝙤𝙩𝙤𝙜𝙧𝙖𝙥𝙝𝙮 𝙤𝙛 𝙩𝙝𝙚𝙨𝙚 𝙞𝙣𝙣𝙤𝙘𝙚𝙣𝙩 𝙡𝙞𝙫𝙚𝙨 💝

Address

Kotiori, Rajabari, Sivasagar
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when State Veterinary Dispensary, Kotiori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to State Veterinary Dispensary, Kotiori:

Videos

Share