SOTEZ সতেজ কৃষি পাম

SOTEZ  সতেজ কৃষি পাম কৃষি পাম,,লোকেল মূর্গী, ব্ৰইলাৰ, ক্রইলাৰ

Permanently closed.
বৰষুণৰ বাবে এইবাৰ ভোট জলকীয়া অলপ পলম হল।। #সতেজ_কৃষি_পাম
23/11/2022

বৰষুণৰ বাবে এইবাৰ ভোট জলকীয়া অলপ পলম হল।।
#সতেজ_কৃষি_পাম

06/11/2022

আজি আৰম্ভ কৰিছোঁ কেপচিকাম।
#সতেজ_কৃষি_পাম

লোকেল হাঁহ পোৱালি : #সতেজ_কৃষি_পাম 8638585601
14/10/2022

লোকেল হাঁহ পোৱালি :
#সতেজ_কৃষি_পাম
8638585601

জয় হিন্দ
31/07/2022

জয় হিন্দ

19/06/2022

F1 ৰ মতা পোৱালি আছে ।
46 দিন হল।
গোলাঘাট বৰপথাৰ।
9126313930
8638584686

আমাৰ পথাৰ আমাৰ বজাৰ। #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ
11/06/2022

আমাৰ পথাৰ আমাৰ বজাৰ।
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

 #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ
05/06/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

30/05/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ
২৬ দিন হৈছে
বিক্ৰীৰ বাবে- 8638584686

আজি ২৩ দিন হৈছে।য়কচ্যায়াৰ পোৱালি(মতা) বাবে যোগাযোগ কৰিব পাৰে। #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ গোলাঘাট👉986402840...
28/05/2022

আজি ২৩ দিন হৈছে।
য়কচ্যায়াৰ পোৱালি(মতা) বাবে যোগাযোগ কৰিব পাৰে।
#সতেজ_কৃষি_পাম #আপোন_মাটিৰ_নিভাজ_গোন্ধ
গোলাঘাট
👉9864028402, 8638584686

26/05/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

 #সতেজ_কৃষি_পাম #আপোন_মাটিৰ_নিভাজ_গোন্ধ
26/05/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

 #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ তিয়হ- ২৫/বেঙেনা -৩০/ডানংবদি -৪০/ ভোট জলকীয়া -৩৮০/ঢেকিয়াল, মলীয়া গাওঁ98640284...
12/05/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ
তিয়হ- ২৫/
বেঙেনা -৩০/
ডানংবদি -৪০/
ভোট জলকীয়া -৩৮০/
ঢেকিয়াল, মলীয়া গাওঁ

9864028402

( কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হোৱা নাই)

10/05/2022

এজন গ্ৰেজুয়েত অসমীয়া যুৱক আজি এটা চৰকাৰী খণ্ডৰ বেংকত গল কৃষি লোণ বিচাৰি। বেংকৰ মেনেজাৰে কলে বোলে কেৱল PM কিষণ নিধি পোৱা সকলেহে পাব কৃষক লোণ। তেন্তে শিক্ষিত নিবনুৱা যি সকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হৈ আগবহি আহিছে তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব কৃষি কৰ্ম । এনেকৈয়ে হ'ব নে কৃষি বিপ্লব!! সম্পূৰ্ণ চৰকাৰী কেৱল কৃষি খণ্ডৰ বাবে বন্ধন আৰ্হিত এটা বেংকৰ প্ৰায়োজন হৈছে। NEDFI, AFC দৰে চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান সমূহে ক্ষুদ্ৰ কৃষি লোণৰ বাবে চিন্তা চৰ্চা কৰা ভাল বুলি মোৰ অনুভৱ।
ইয়াৰ পৰা::
👉 চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান সমূহো শক্তিশালী হব।
👉 অসমত সেউজ বিপ্লৱৰ দিশে এখোজ আগ বাঢ়িব।
( এখন ৰাজ্যৰ চৰকাৰে পোনপটীয়া ভাৱে যেতিয়ালৈকে ক্ষুদ্ৰ উদ্যোগ আৰু কৃষি কৰ্মক লভাম্বিত নকৰিব তেতিয়ালৈকে অৰ্থনৈতিক সংশোধন সম্ভৱ নহয়)
👉ক্ষুদ্ৰ উদ্যোগ আৰু কৃষি কৰ্মই হে আনিব পাৰিব অৰ্থনৈতিক বিপ্লৱ।

এক নতুন সংযোজন।আপোনালোকৰ আশীৰ্বাদত #আপোন_মাটিৰ_নিভাজ_গোন্ধ  By ViNTAGE Group.
05/05/2022

এক নতুন সংযোজন।
আপোনালোকৰ আশীৰ্বাদত
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

By ViNTAGE Group.

সতেজ কৃষি পামৰ নৱপ্ৰজন্ম নতুনকৈ জন্ম হোৱা পোৱালি কেইটাই আজি মনটো ভাল লগাই দিলে।।Date: 3/05/2022 #সতেজ_কৃষি_পাম বৰপথাৰ #আ...
03/05/2022

সতেজ কৃষি পামৰ নৱপ্ৰজন্ম
নতুনকৈ জন্ম হোৱা পোৱালি কেইটাই আজি মনটো ভাল লগাই দিলে।।
Date: 3/05/2022
#সতেজ_কৃষি_পাম বৰপথাৰ
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

অসম আমাৰ ৰূপহী।      গুনৰো নাই শেষ।ভাৰতৰে পূৰ্ব দিশত ।          সূৰ্য উঠা দেশ।ভোট জলকীয়া বিক্ৰীৰ বাবে। #সতেজ_কৃষি_পাম  ...
03/05/2022

অসম আমাৰ ৰূপহী।
গুনৰো নাই শেষ।
ভাৰতৰে পূৰ্ব দিশত ।
সূৰ্য উঠা দেশ।
ভোট জলকীয়া বিক্ৰীৰ বাবে।
#সতেজ_কৃষি_পাম
#মলিয়াগাওঁ
#ঢেকিয়াল
#গোলাঘাট
#আপোন_মাটিৰ_নিভাজ_গোন্ধ
9864028402, 8638585601

যিসকলে প্রতিদিনে কপালৰ ঘাম মাটিত পেলাই, তেজক পানী কৰি দেশৰ বাবে, দহৰ বাবে আৰু নিজৰ পৰিয়ালটোৰ বাবে শ্রমৰ সংগ্ৰাম চলাই গৈছ...
01/05/2022

যিসকলে প্রতিদিনে কপালৰ ঘাম মাটিত পেলাই, তেজক পানী কৰি দেশৰ বাবে, দহৰ বাবে আৰু নিজৰ পৰিয়ালটোৰ বাবে শ্রমৰ সংগ্ৰাম চলাই গৈছে।
#শ্রমিক_শক্তি

 #সতেজ_কৃষি_পাম #আপোন_মাটিৰ_সতেজ_গোন্ধঢেকিয়াল, মলিয়া গাওঁ9864028402
28/04/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_সতেজ_গোন্ধ
ঢেকিয়াল, মলিয়া গাওঁ
9864028402

 #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ #সতেজ_বৰপথাৰ
25/04/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ
#সতেজ_বৰপথাৰ

আৰম্ভ কৰিছো  #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাজ_গোন্ধ
20/04/2022

আৰম্ভ কৰিছো
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাজ_গোন্ধ

ঘৰুৱা ভাৱে পালন কৰা লোকেল পাতি হাঁহ বিক্ৰীৰ বাবে সাজু। #সতেজ_কৃষি_পাম ঢেকিয়াল মলিয় গাওঁ গোলাঘাট9864028402
08/04/2022

ঘৰুৱা ভাৱে পালন কৰা লোকেল পাতি হাঁহ বিক্ৰীৰ বাবে সাজু।
#সতেজ_কৃষি_পাম
ঢেকিয়াল মলিয় গাওঁ গোলাঘাট
9864028402

24/03/2022

Routine work
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ

পুলিৰ বাবে যোগাযোগ কৰক।নেমু, তিয়হ, কোমোৰা, ভেন্দি, জিকা  #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাঁজ_গোন্ধ Dhekial, GolaghatCall ...
19/03/2022

পুলিৰ বাবে যোগাযোগ কৰক।
নেমু, তিয়হ, কোমোৰা, ভেন্দি, জিকা
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ
Dhekial, Golaghat

Call Us::9864028402

19/03/2022

ফাকুৱা আন্তৰিক অভিনন্দন জনালো।

 #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাঁজ_গোন্ধ
10/03/2022

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ

লোকেল কণীৰ বাবে যোগাযোগ কৰিব ।ঢেকিয়াল, মিলিত গাওঁ,  #সতেজ_কৃষি_পাম 9864028402
03/03/2022

লোকেল কণীৰ বাবে যোগাযোগ কৰিব ।
ঢেকিয়াল, মিলিত গাওঁ,
#সতেজ_কৃষি_পাম
9864028402

জন্ম দিনৰ অলেখ শুভ কামনা Ajay Tanti.One of our great member of  #সতেজ_কৃষি_পাম
27/02/2022

জন্ম দিনৰ অলেখ শুভ কামনা Ajay Tanti.
One of our great member of #সতেজ_কৃষি_পাম

পাতি হাঁহ বিক্ৰীৰ বাবে সাজু।550/ গোটা। সতেজ কৃষি পামগোলাঘাট, ঢেকিয়াল98640284028638585601 #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নি...
27/02/2022

পাতি হাঁহ বিক্ৰীৰ বাবে সাজু।
550/ গোটা।
সতেজ কৃষি পাম
গোলাঘাট, ঢেকিয়াল
9864028402
8638585601
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ

নতুনকৈ এটা ঘৰ আৰম্ভ কৰিছো। লেয়াৰ কিছু নতুন সংযোগ কৰিম।। #সতেজ_কৃষি_পাম  #আপোন_মাটিৰ_নিভাঁজ_গোন্ধ
24/02/2022

নতুনকৈ এটা ঘৰ আৰম্ভ কৰিছো। লেয়াৰ কিছু নতুন সংযোগ কৰিম।।
#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ

বিক্ৰীৰ বাবে প্ৰস্তুত 3.5 ৰ পৰা 4 KG ওজনৰ ব্ৰইলাৰ মূৰ্গী Wholesalers & Retail যোগাযোগ : 8638585601, 8822646637Wholesale-...
14/02/2022

বিক্ৰীৰ বাবে প্ৰস্তুত 3.5 ৰ পৰা 4 KG ওজনৰ ব্ৰইলাৰ মূৰ্গী Wholesalers & Retail
যোগাযোগ : 8638585601, 8822646637
Wholesale---@115/ Retail @125/

#সতেজ_কৃষি_পাম
#আপোন_মাটিৰ_নিভাঁজ_গোন্ধ

পোৱালি যোগান ধৰা হয়।8638585601 #সতেজ_কৃষি_পাম আপোন মাটিৰ নিভাজ গোন্ধ
11/02/2022

পোৱালি যোগান ধৰা হয়।
8638585601
#সতেজ_কৃষি_পাম
আপোন মাটিৰ নিভাজ গোন্ধ

Gd morning.. #সতেজ_কৃষি_পাম
08/02/2022

Gd morning..
#সতেজ_কৃষি_পাম

কাটিং ব্ৰইলাৰ, লোকেল আৰু ক্ৰইলাৰ মাংসৰ অৰ্ডাৰ লোৱা হয়।গোলাঘাট, ঢেকিয়াল। #সতেজ_কৃষি_পাম 8822646637
07/02/2022

কাটিং ব্ৰইলাৰ, লোকেল আৰু ক্ৰইলাৰ মাংসৰ অৰ্ডাৰ লোৱা হয়।
গোলাঘাট, ঢেকিয়াল।
#সতেজ_কৃষি_পাম
8822646637

জলকীয়া, জিকা , ভোল , দাংবাতি, ফেচবিনৰ পুলিৰ বাবে সাজু কৰিলোঁ। #সতেজ_কৃষি_পাম
06/02/2022

জলকীয়া, জিকা , ভোল , দাংবাতি, ফেচবিনৰ পুলিৰ বাবে সাজু কৰিলোঁ।
#সতেজ_কৃষি_পাম

বান্দৰৰ উপদ্ৰপৰ বাবে বাধ্য হৈছো  এনেদৰে। #সতেজ_কৃষি_পাম
05/02/2022

বান্দৰৰ উপদ্ৰপৰ বাবে বাধ্য হৈছো এনেদৰে।
#সতেজ_কৃষি_পাম

Address

Golaghat
785622

Telephone

+919126313930

Website

Alerts

Be the first to know and let us send you an email when SOTEZ সতেজ কৃষি পাম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SOTEZ সতেজ কৃষি পাম:

Videos

Share


Other Animal rescue services in Golaghat

Show All

You may also like