কেতিয়াবা পশুধনৰ কিছুমান বেয়া বিৰল আচৰণ ( Animal vices) দেখা পোৱা যায়।
ইয়াত দুইজনী hf ক্ৰচ গাই গৰুৱে পাছ মাহ আগত এটাকৈ পোৱালি দিছিল, কিন্তু এই বগাজনীৰ আজি ১০/১৫ দিনৰ পৰা ক্ৰমাৎ গাখীৰ কমি গৈছিল। সকলোধৰণৰ চিকিৎসা কৰা হয় যদিও গাখীৰ বঢ়াবলৈ সক্ষম নহল। অৱশেষত গৰাকীয়ে এদিন ভালকৈ প্ৰত্যক্ষ কৰাত ধৰা পৰিল যে এজনী গাই গৰুৱে কাষৰজনীক সদায় গাখীৰ পিব দি থাকে। ফলত বগাজনীৰ উহাৰ শুকাই যায় আৰু গাখীৰ কমি আহে।
এনেকুৱা ঘটনা যাতে বেলেগ গোপালকৰ ভৱিষ্যতে নহয় তাৰবাবে video টো share কৰিলোঁ।
This is a case of Haemorrhagic septicaemia, cause by Pasteurella multocida . The animal died within 24 hrs after the onset of symptoms like high body temp 107* F, laboured breathing with expiratory grunt and nasal discharge
Rabid Animal, No treatment at the last stage .
জলাতংক এবিধ মাৰাত্মক বেমাৰ, কোনো চিকিৎসা নাই
যদি গৰু ছাগলী কুকুৰ বা বনৰীয়া জন্তৱে কামুৰে অতি শীঘ্ৰে পশু চিকিৎসকৰ পৰামৰ্শলৈ Post bite therapy ( টীকাকৰণ) কৰাই পশুধনৰ জীৱন বচাওক।