Furry Friends Mangaldai

Furry Friends Mangaldai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Furry Friends Mangaldai, Animal Rescue Service, Mangaldai.

List of the animal rescuers with contact nos  and service areas.
27/04/2024

List of the animal rescuers with contact nos and service areas.

24/04/2024
18/04/2024

চিৰবিদায় কুকি তোমাক!! তোমাৰ আত্মাৰ সদ্গতি কামনা কৰিলো। পৰজনমত তুমি যেন আকৌ আমাৰ ওচৰত ঘূৰি আহা।

Cookie আৰু নাই।  সকলো ঠিকে আছিল surgery কৰাৰ পিচত। 10 April ত তাইৰ leg amputation কৰা হৈছিল। Daily ড্ৰেছিং কৰা হৈছিল। তা...
18/04/2024

Cookie আৰু নাই। সকলো ঠিকে আছিল surgery কৰাৰ পিচত। 10 April ত তাইৰ leg amputation কৰা হৈছিল। Daily ড্ৰেছিং কৰা হৈছিল। তাইৰ infection বোৰ almost ঠিক হৈছিল। কিন্তু তাই চাগৈ মুক্তি বিচাৰিছিল!! যোৱা 2 দিনৰ ৰ পৰা খাব বিচৰা নাছিল। Gas হোৱা বুলি ভাবি তাইক gas ৰ টেবলেট খুৱাই আছিলোঁ।
Dr লগত consult কৰা হৈছিল। মই গুৱাহাটী আহিছো । নলিনী যে তাইক চোৱা চিতা কৰি আছিল, আগৰ মেডিচিন খিনি শেষ হোৱাৰ বাবে যোৱা কালি evening ত মৃন্ময় যে আনি দি গৈছিল। ৰাতি 9.30 pm ত নলিনী যে তাইক নিজ হাতে খুৱাই থাকোঁতে তাই নলিনী ৰ হাততে চিৰদিনলৈ গুচি গল। ১১বছৰ হৈছিল তাইৰ। কুকি ক সুস্থ কৰি তুলিবলৈ আমি চেষ্টা ৰ অকণো ত্ৰুটি কৰা নাছিলোঁ। জানুৱাৰী মাহত তাইক rescue কৰিছিলোঁ। তাইৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ 🙏🙏
Cookie তুমি আমাৰ হৃদয় ত সদায় জীয়াই থাকিবা 😰😰

Cookie তুমি যদিও অমাত আছিলা, তোমাৰ চকুৰ ভাষা আমি বাৰুকৈয়ে বুজি পাইছিলো। তোমাৰ জীয়াৰী joyie ক আমি সুস্থ কৰি তুলিবলৈ যিমান পাৰি চেষ্টা কৰিম। তুমি আমাক আশীৰ্বাদ কৰিবা

https://www.facebook.com/share/v/oK7RpwQNdUbebmBb/?mibextid=oFDknk

10/04/2024

Update. 🐶 🐾
Cookie's leg amputation has done today at Mangaldai veterinary hospital. surgery has done by Dr Ajay Bania and his team.
Thank you so much to Dr Ajay Bania sir and your entire team.

Thanks to everyone who has contributed for her treatment. 🙏

Thanks to Dr Bhupen Saharia sir, Mr Gagan Kalita 🙏🙏

08/04/2024

appeal:

Cookie ক মনত আছে চাগৈ আপোনালোক সকলোৰে, তাইক আমি মঙলদৈ পৰা rescue কৰি গুৱাহাটী লৈ গৈ ট্ৰিটমেন্ত কৰি এৰি দিছিলোঁ। সুস্থ হৈ উঠিছিল তাই, nerve damage হৈ paralized হৈছিল। Bebesia,spinal code infection ও আছিল। মাজে সময়ে আমি গৈ তাইক observe কৰো। বাকী complication বোৰ তাইৰ সম্পূৰ্ণ ঠিক হৈছিল। কিন্তু partial paralyzed হৈ আছিল, যিহেতু তাইৰ nerve প্ৰব্লেম আছিল। Movement কৰোঁতে তাইৰ পিছ ঠেঙ খনত ঘাঁ লাগিছিল।

যাৰ বাবে মই আৰু নলিনী য়ে ঘাঁ খিনি ঠিক কৰিবলৈ আকৌ ৰাস্তাৰ পৰা লৈ আহিলোঁ। ড্ৰেচিং কৰি মেডিচিন আদি দিছো যদিও
কিন্তু পিছ ঠেং খন ৰ ঘাঁ টুকুৰা খুব বেয়া কৈ বিয়পি গৈ infection হৈছে। খোৱা লোৱা একো কৰা নাই যোৱা তিনিদিন ধৰি। ডক্তৰ আহি antibiotic injection, Pain killer injection দিছে। লগতে drip দি থকা হৈছে।

infection টো বাঢ়ি গৈ condition টো খুব serious হৈছে। So finally আমি তাইৰ leg টো amputation কৰিব লাগিব। Doctor লগত কথা হৈছে। অহা কালি Dr Ajay baniya sir য়ে cookie ৰ surgery টো কৰিব। Injection,drip তাইৰ চলিয়ে আছে।

তাইৰ treatment টো continue কৰিবলে আমাক কিছু আৰ্থিক সাহায্য ৰ প্ৰয়োজন হৈছে। Parallely আৰু দুটা কুকুৰ ৰ treatment কৰি আছোঁ।

অনুগ্ৰহ কৰি দূৰ্ভাগীয়া cookie ৰ চিকিৎসা আৰু surgery টো continue কৰিবলে আমাক কিছু সহায় কৰক🙏🙏

🐾 WE NEED YOUR HELP! 🐾

Even a small donation can help us , to provide aid to these unfortunate distress souls🐕

To donate, please use the following options:

UPI: 8638075181

For online bank transfers:

A/C no :- 634301561012
Bank Name :- ICICI BANK
Account holder's name :- ANULEKHA DEVI
IFSC Code :- ICIC0006343
Contact: +91 8638075181

Prayers for her speedy recovery

06/04/2024

Cookie ৰ পিছ ঠেং খন ৰ ঘাঁ টুকুৰা খুব বেয়া কৈ বিয়পি গৈ infection হৈছে। খোৱা লোৱা একো কৰা নাই। Evening ত Dr bidyut আহি antibiotic injection, Pain killer injection দিছে। লগতে drip দিয়া হৈছে। তাৰ পিছত তাইক নলিনী ৰ ঘৰলৈ shift কৰা হৈছে।

নলিনী তোমাক কষ্ট দিবলৈ অকণো মন নাছিল। Already 4 তা rescued dog তুমি single handedly চোৱা চিতা কৰি আছা। আৰু ২তাৰ বোজা তোমাৰ ওপৰত জাপি দিব লগা হল। তোমাৰ care পালে হয়টো সিহঁত ঠিক হৈ উঠিব। ভগৱানে তোমাক সুস্থ কৰি ৰাখক, শক্তি দিয়ক।

02/04/2024

অসহায় জীৱ দুটা ৰ কাৰণে , ৫নং ৱাৰ্ড ত থকা আমাৰ Plot এটাত এখন টিন ৰ shed বনাই দিছো। ৰ'দ বৰষুণ ৰ পৰা কিছু সকাহ দিয়াৰ কাৰণে।দুয়ো জনী paralyzed কাৰণে ৰাস্তাত এৰি অহাৰ কথা আমি ভাবিব পৰা নাই। সময় মতে গৈ সিহঁত ক চোৱা চিতা কৰা টো যথেষ্ট কষ্ট হৈছে। ঘৰত ৰাখিব পৰা ব্যৱস্থা নাই। ঘৰত আছে কুকুৰ মেকুৰী।

নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সিহঁত দুজনী যেন সোনকালে সুস্থ হৈ উঠে আৰু সিহঁতক সোনকালে নিজৰ জাগাত এৰি আহিব পাৰোঁ🙏🙏

31/03/2024

My rescued cat Bagheera and his king size life..

28/03/2024

This is Joyee! She is fully paralyzed due to Canine Distemper but has recovered from the worst part of it. She needs body massage & extra love.

The way her face lights up when we go to her for cuddles is so adorable! 💕 we are so happy she got her share of love and is going to become okay after all our pampering ❤️

Her treatment is still undergoing.

We love you sweetheart, Joyee

prayers for your speedy recovery 🙏🙏

27/03/2024

& Joyee
Feeling relaxed to make them happy.. arranged one temporary shelter for these unfortunate mother daughter duo..

27/03/2024

& joyee..
feeling bit relaxed to see them happy... arranged one temporary shelter for few days for this unfortunate mother daughter duo...

27/03/2024

The dog recognizes his loved ones from a distance and runs to love not bite them!

23/03/2024

10 টা injection দিয়া হল, improvement একো নাই। Worst হৈ গৈ আছে। বাত ৰ কুকুৰ কৰো একো সময় নাই, আহৰি নাই,ঘূৰি চাব। আমি অসহায়। বেমাৰী paralised কুকুৰ টো ৰাখিব পৰা কৈ shelter এটা যোগাৰ কৰিব নোৱাৰিলোঁ। ভগৱানক খাতিছো বৰষুণ জাক যেন ৰাতি নাহে।🙏😰😰

22/03/2024

কালি লৈ injection course টো শেষ হব। Junior দগ জনী ৰ condition টো ভাল নহয়। Mother ডগ জনী কিছু ঠিকে আছে। ৰাস্তা ৰ উপৰত পৰি আছে, দুয়ো জনী paralyzed dog, ওচৰত থকা মানুহ খিনিয়ে কোনেও আশ্ৰয় দিব নিবিচাৰে। খাবলৈ দিয়ে। আমিও biskuit দুখন মান খুৱালো।
ৰাতি বৰষুণ আহিলে কি হব বুলি ভাবি , মানুহ খিনিক অনুৰোধ কৰিছিলোঁ, কিন্তু কোনেও সিহঁত ক অলপ আশ্ৰয় দিবলৈ মান্তি নহল। উপায় নাপায়
নলিনী আৰু মই , ওচৰতে পৰি থকা টিন এখন উঠাই আনি ৰাতি টোৰ কাৰণে temporary shelter এটা বনাই থৈ আহিছো। ভগৱান ক খটিছোঁ যাতে বৰষুণ নাহক !!

18/03/2024

দুয়োজনী কুকুৰ মঙলদৈ চহৰ ৰ ৱাৰ্ড ৩ ৰ street dog hoi. Unfortunately দুয়ো জনী মাক জীয়েক paralyzed ,মাক জনীক আমি নলিনী আৰু মই January মাহত খানাপাৰা ত লৈ গৈ treatment কৰিছিলোঁ। আগতকৈ কিছু সুস্থ হৈ উঠিছে যদিও সম্পূৰ্ণ সুস্থ হৈ নুঠিল। নতুন কৈ আকৌ তাইৰ জীয়েক জনী ও paralized হব ধৰিছে, বয়স মাত্ৰ 1yr হৈছে। কিছুদিন আগতে তাই 4টা পোৱালী দিছিল, মাক জনী দূৰ্বল কাৰণে এটাও জীয়াই নাথাকিল। সিহঁত দুজনী ৰ কিছু কষ্ট লাঘৱ কৰিবলৈ আমি কালিলৈ দুয়োজনী কে mangaldoi veternary hospital ত লৈ যাম বুলি ভাবিছো। তাৰ কাৰণে কিছু fund ৰ দৰকাৰ হৈছে। অনুগ্ৰহ কৰি আপোনালোকে কিছু আৰ্থিক সাহায্য আগবঢ়ায় জীৱ দুটি ক দয়া কৰক।🐾 WE NEED YOUR HELP! 🐾

Even a small donation can help us , to provide aid to these unfortunate distress dog 🐕

To donate, please use the following options:

UPI: 8638075181

For online bank transfers:

A/C no :- 634301561012
Bank Name :- ICICI BANK
Account holder's name :- ANULEKHA DEVI
IFSC Code :- ICIC0006343
Contact: +91 8638075181

12/03/2024

Cookie...

Address

Mangaldai

Telephone

+918638075181

Website

Alerts

Be the first to know and let us send you an email when Furry Friends Mangaldai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Furry Friends Mangaldai:

Videos

Share

Nearby pet stores & pet services


Other Animal Rescue Service in Mangaldai

Show All