Panidihing Bird Sanctuary

Panidihing Bird Sanctuary This is the unofficial page...

05/01/2025
ইমান তললৈ নামিব পাৰেনে মানুহ।PANIDIHING FESTIVAL ত কণ কণ শিশু সকলে চিত্ৰাংকণ কৰোঁতে বহিবলৈ পাৰি দিয়া এই যে ক'লা তিৰপাল খ...
30/12/2024

ইমান তললৈ নামিব পাৰেনে মানুহ।PANIDIHING FESTIVAL ত কণ কণ শিশু সকলে চিত্ৰাংকণ কৰোঁতে বহিবলৈ পাৰি দিয়া এই যে ক'লা তিৰপাল খন, কোনোবা নিধকে চুৰি কৰি লৈ গ'ল। এতিয়া অন্য এখন টেণ্ট হাউচক কিনি দিব লাগিব 30×40 size ৰ। যদিহে কোনোবাই ভুলতে নিছে তেনেহলে ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ।
যদি কোনো সদাশয় ব্যক্তিয়ে তিৰপাল খন লৈ যোৱা দেখিছে তেতিয়াও জনাব। খবৰ দিওঁতা জনৰ পৰিচয় গোপনে ৰখা হব।

এই নম্বৰত যোগাযোগ কৰিব।9707886592

বুৰঞ্জীয়ে পৰশা চৰ'গুৱা নামটো এনেই বাখৰুৱা ৷ আহোমৰ দ্বিতীয় ৰাজধানী,পানীদিহিং পক্ষী অভয়াৰণ্য লগতে বৰ্তমান কুমাৰ কলিতা সম্প...
28/12/2024

বুৰঞ্জীয়ে পৰশা চৰ'গুৱা নামটো এনেই বাখৰুৱা ৷ আহোমৰ দ্বিতীয় ৰাজধানী,পানীদিহিং পক্ষী অভয়াৰণ্য লগতে বৰ্তমান কুমাৰ কলিতা সম্প্ৰদায়ে ধৰি ৰখা তাহানিৰ সেই মৃৎশিল্প বাবেও বিখ্যাত ৷ দক্ষিণত দিচাং আৰু উত্তৰ আৰু পশ্চিমত ডিমৌ নৈৰ মাজৰ এই আলতীয়া মাটিৰ কেচা গোন্ধ থকা চৰ'গুৱা আদৰ্শ কলিতা গাৱঁৰ মৃৎশিল্পই বৰ্তমান গ্ৰাম্য অৰ্থনীতিলৈ অৰিহণা আগবঢ়াই আহিছে ৷ এই কলিতা গাৱঁত উৎপাদিত মৃৎ শিল্পী সকলৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা মাটিৰ মলাচৰু,মটং,কলহ,টেকেলি আদি উজনি অসমৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা লগতে বৰ্তমান অত্যাধুনিক আহিলা ব্যৱহাৰ কৰি অধিক উৎপাদন কৰিছে ৷ আমি অসমীয়া মানুহবোৰ সদায় অতিথিপৰায়ণ। এইবাৰ 𝐏𝐀𝐍𝐈𝐃𝐈𝐇𝐈𝐍𝐆 𝐅𝐄𝐒𝐓𝐈𝐕𝐀𝐋 𝟐𝟎𝟐𝟒 ত আমন্ত্ৰিত অতিথি সকলক এই চৰ'গুৱাতে নিৰ্মিত থলুৱা মৃৎশিল্পৰ টেকেলিৰে (ফুলৰ তাব) সম্বৰ্ধনা জনোৱা হয় ৷

28/12/2024
27/12/2024

𝐏𝐀𝐍𝐈𝐃𝐈𝐇𝐈𝐍𝐆 𝐍𝐀𝐓𝐔𝐑𝐄 𝐀𝐍𝐃 𝐂𝐎𝐍𝐒𝐄𝐑𝐕𝐀𝐓𝐈𝐎𝐍 𝐒𝐎𝐂𝐈𝐄𝐓𝐘 ৰ উদ্যোগত অনুষ্ঠিত 𝑷𝑨𝑵𝑰𝑫𝑰𝑯𝑰𝑵𝑮 𝑭𝑬𝑺𝑻𝑰𝑽𝑨𝑳 2024 ৰ অনুষ্ঠান সমূহৰ কিছু অংশ আগবঢ়ালো।

PANIDIHING FESTIVEL 2024
27/12/2024

PANIDIHING FESTIVEL 2024

𝐏𝐀𝐍𝐈𝐃𝐈𝐇𝐈𝐍𝐆 𝐅𝐄𝐒𝐓𝐈𝐕𝐀𝐋 𝟐𝟎𝟐𝟒
26/12/2024

𝐏𝐀𝐍𝐈𝐃𝐈𝐇𝐈𝐍𝐆 𝐅𝐄𝐒𝐓𝐈𝐕𝐀𝐋 𝟐𝟎𝟐𝟒

26/12/2024

𝐏𝐀𝐍𝐈𝐃𝐈𝐇𝐈𝐍𝐆 𝐅𝐄𝐒𝐓𝐈𝐕𝐀𝐋 𝟐𝟎𝟐𝟒

A heartfelt thank you to everyone for the successful completion of the Panidihing Festival! The turnout was far beyond o...
26/12/2024

A heartfelt thank you to everyone for the successful completion of the Panidihing Festival! The turnout was far beyond our expectations, which is a matter of great pride for us. After the program, the venue was cleaned to ensure it remains clean and beautiful. Thank you all for your love and support; may it continue like this always!

Address

Charagua, Rajmai
Sivasagar
785672

Telephone

9707886592

Website

Alerts

Be the first to know and let us send you an email when Panidihing Bird Sanctuary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Panidihing Bird Sanctuary:

Videos

Share