debojit snake rescuer

debojit snake rescuer মই পোনপ্ৰথমে নিজকে এজন প্ৰকৃতি প্ৰেমী ৷মই জন্মহোৱাএই সুন্দৰ পৃথিৱীখনতসকলো জীৱজন্তুৰ সহায় কৰা কতব্য

ভাৰতীয় ফেঁটী সাপ (ইংৰাজী: Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰ...
21/04/2024

ভাৰতীয় ফেঁটী সাপ (ইংৰাজী: Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়।[2] ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে। ফেঁট তোলা অৱস্থাত Naja naja
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য:
Animalia
পৰ্ব:
Chordata
শ্ৰেণী:
Reptilia
বৰ্গ:
Squamata
উপবৰ্গ:
Serpentes
পৰিয়াল:
Elapidae
গণ:
Naja
প্ৰজাতি:
N. naja
বৈজ্ঞানিক নাম
Naja naja
(Linnaeus, 1758)

21/04/2024

বামুণী সাপ (ইংৰাজী: buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।

Indian cobra, (Naja naja), species of highly venomous snake in the cobra family (Elapidae). It is one of the so-called “...
06/04/2024

Indian cobra, (Naja naja), species of highly venomous snake in the cobra family (Elapidae). It is one of the so-called “big four” species of snakes that inflict the majority of snakebites in India, the other three being the common krait (Bungarus caeruleus), the saw-scaled viper (Echis carinatus), and Russell’s viper (Daboia russelii). The Indian cobra features in Indian culture and is the snake most often associated with snake charmers.Category: Animals & Nature
Also called: Indian spectacled cobra, Asian cobra, or binocellate cobra
Related Topics: snake charming venomous snake

গোৱালা [Banded Krait, Bungarus fasciatus] – বিষাক্ত গোৱালা ডাঙৰ দেহৰ, সহজতে চকুত পৰা হালধীয়া আৰু কলা পটিৰে আবৃত। ইয়াৰ ৰা...
19/12/2023

গোৱালা [Banded Krait, Bungarus fasciatus] – বিষাক্ত গোৱালা ডাঙৰ দেহৰ, সহজতে চকুত পৰা হালধীয়া আৰু কলা পটিৰে আবৃত। ইয়াৰ ৰাজহাড়ডাল ওপৰলৈ উঠি অহাকৈ চকুত পৰা। ইয়াৰ নেজডাল ভোটা বাবে বহুতে ইয়াৰ পিছফালেও এখন মুখ থকা বুলি ভাবে। বহুতে ভবাৰ দৰে ই গৰুৰ গাখীৰ খোৱাটো এটা অন্ধবিশ্বাস। নিশাচৰ এই সাপবিধ অতিকৈ বিষাক্ত যদিও ই শান্ত, মানুহক দংশন কৰাৰ উদাহৰণ বিৰল।

ভাৰত তথা অসমত বিষাক্ত সাপ সমূহৰ  ভিতৰত  এই বিধ  বিষাক্ত সাপ ভাৰতৰ  ভিতৰত মূল চাৰি নম্বৰত পৰে ৷ এইবিধ সাপে যদি কেতিয়াবা দ...
13/12/2023

ভাৰত তথা অসমত বিষাক্ত সাপ সমূহৰ ভিতৰত এই বিধ বিষাক্ত সাপ ভাৰতৰ ভিতৰত মূল চাৰি নম্বৰত পৰে ৷ এইবিধ সাপে যদি কেতিয়াবা দংশন কৰে আপোনালোকে অতি কম সময়ৰ ভিতৰত ওচৰৰ চিকিৎসালয়ত যোগাযোগ কৰিব ৷

20/09/2023

My Inspiration

চকৰী ফেটী
15/09/2023

চকৰী ফেটী

Checkered keelbackNon-venomous অবিষাক্তFowlea piscatorতোৰা সাপAverage length 90cm, Maximum 1.75m গড় দৈর্ঘতা ৯০ চেমি, সর...
14/09/2023

Checkered keelback
Non-venomous অবিষাক্ত
Fowlea piscator
তোৰা সাপ
Average length 90cm, Maximum 1.75m গড় দৈর্ঘতা ৯০ চেমি, সর্বাধিক ১.৭৫মি। Tezpur misson charile rescued byland 7

Address

Tezpur

Telephone

+919127830810

Website

Alerts

Be the first to know and let us send you an email when debojit snake rescuer posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to debojit snake rescuer:

Videos

Share


Other Animal Rescue Service in Tezpur

Show All